টাইগাৰৰ ৰেডী টু মুভ

Tiger Shroff 

 

নৃত্য আৰু একচন দুয়োটাতে অত্যন্ত সাৱলীল টাইগাৰ শ্রফৰ প্রশংসা নকৰা লোক চিনে জগতত নাই বুলিলেও হয়৷ হিৰপণ্ঢিৰ পৰা বাগী, ষ্টুডেণ্ঢ অব্ দা ইয়েৰচ্ আদি ছবিতো টাইগাৰে তেওঁ পৰিশ্রম আৰু প্রতিভাৰ প্রমাণ দিছে৷ এইবাৰ টাইগাৰে তেওঁৰ অসাধাৰণ নৃত্যৰ যাদু দেখুৱাব ৰেডী টু মুভ নামৰ নতুন সংগীত ভিডিত৷ বলীউডৰ উদীয়মান সংগীত পৰিচালক অমল মল্লিক আৰু আৰমান মল্লিকৰ পৰিচালনাত উক্ত ভিডিত টাইগাৰৰ সাৱলীল নৃত্য ভংগিমা আৰু শৰীৰি বিভংগ পুনৰ এবাৰ, দেখা যাব৷ চিনেমা সমানে ভিডি সংগীতৰ ক্ষেত্রখনতো এনেদৰে বিচৰণ কৰিবলৈ পোৱাটো নিজক পৰীক্ষা কৰি চোৱাৰ বাবে উত্তম বুলি কয় অভিনেতাজনে৷

Leave a Reply

Your email address will not be published. Required fields are marked *