মোৰ সাফল্যৰ আঁৰত অসমবাসীৰ আশীর্বাদ

এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওচৰলৈ এছিয়াডত পদক দখল কৰা অসমৰ খেলুৱৈ হিচাপে কেৱল মইহে আগবািি গৈছিলো৷ অথচ আন কিছুমান ৰাজ্যৰ পদক বিজয়ী আছিল দহ–বাৰগৰাকী৷ যিটোৱে মোক দুখ দিছিল৷ আশা কৰিছো, পৰৱর্ত্তী এছিয়াডত আমাৰ পৰা দহগৰাকীমান খেলুৱৈয়ে পদক লবলৈ আগবািি যাব পাৰিব৷  পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্রৰ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত ৰাজ্য চৰকাৰে আগবেোৱা ৰাজকীয় সম্বর্ধনা গ্রহণ কৰি এইদৰে কয় ধিং এক্সপ্রেছৰূপে পৰিচিত লাভ কৰা তথা এছিয়াডত এটা স্বর্ণ আৰু দুটা ৰূপৰ পদক দখল কৰা হিমা দাসে৷

Leave a Reply

Your email address will not be published. Required fields are marked *