অমিত সিন্হানৰ নেতৃত্বত অসম দল ঘোষণা

চেন্নাইত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা অনুষ্ঠিত হবলগীয়া বিজয় হাজাৰে ড্রফী এদিনীয়া ক্রিকেট প্রতিযোগিতাৰ বাবে অমিত সিন্হাৰ নেতৃত্বত অসমৰ ১৫ জনীয়া লটো ঘোষণা কৰা হৈছে৷  অসমে ১৯ ছেপ্ঢেম্বৰত এলিটৰ চি গ্রুপত গুজৰাটৰ বিৰুদ্ধে খেলেৰে অভিযান আৰম্ভ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *