কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত পাঁচ সন্ত্রাসবাদী

কাশ্মীৰৰ কুলাগাম জিলাৰ চৌগামত যোৱাকালি পুৱতি নিশা নিৰাপত্তাৰক্ষীৰ গুলিত নিহত হয় পাঁচজনকৈ দুর্ধর্ষ সন্ত্রাসবাদী৷ আটাইকেইজনে এটা ঘৰত লুকাই থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে ঘেৰি গুলিবর্ষণ কৰে৷ চাৰিজন সন্ত্রাসবাদী ঘৰৰ ভিতৰতে নিহয় হয় যদিও এজনে পলাবলৈ লওঁতে বাহিৰত নিৰাপত্তাৰক্ষীৰ গুলিত মৃত্যুবৰণ কৰে৷ গুলিবর্ষণৰ সমান্তৰালভাৱে নিৰাপত্তাৰক্ষীয়ে আই ই ডিও ব্যৱহাৰ কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *