দ্বাৰাগাঁৱত জন জাগৰণ সভা

অসম আৰক্ষীৰ প্রজেক্ট প্রহৰীৰ উদ্যোত আৰু মিছন বীৰুবালাৰ সহযোগত বাক্সা জিলাৰ এবছুৱে মুছলপুৰ মহকুমাৰ ভূটান সীমান্তৱর্তী দ্বাৰাগাঁৱত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এখন জন জাগৰণ সভা অনুষ্ঠিত কৰে৷ অনুষ্ঠানত এখন বাটৰ নাটো প্রদর্শন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *