বিদ্যুৎ পৰিষদৰ সম্পূর্ণ পইণ্ট অর্জন

ডিফেণ্ডিং চেম্পিয়ন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে আৰ জি বৰুৱা সোঁৱৰণী ছুপাৰ ডিজিটেল ফুটবল লীগত পইণ্ট টেবুলত শীর্ষ স্থানত উপনীচ হৈছে৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্রথম লেগৰ নিজৰ অন্তিম খেলত বিদ্যুৎ পৰিষদে এফ টি গ্রীণভেলীক ২-০ গলত পৰাভূত কৰে৷ দলটোৱে ৭ খন মেচৰ পৰা অর্জন কৰিছে ১০ পইণ্ট৷ ইফালে ছানৰাইজ এনলেটিকছ ক্লাব প্তপইণ্ট আৰু ৰাজবাৰী এথলেটিকছ ক্লাবে চ্ পইণ্ট অৱনমন ৰাউণ্ডচ খেলাটো নিষ্চিত হৈছে ইতিমধ্যে৷

Leave a Reply

Your email address will not be published. Required fields are marked *