ভূমি পট্টনৰ দাবীত সহস্রাধিক লোকে উত্তাল কৰিলে মহানগৰী

নিজৰ ভেটি–মাটিখিনি ৰক্ষা কৰাৰ স্বার্থত পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ অন্তর্গত ১২৪ খন উন্নয়ন সমিতিৰ সহস্রাকি লোকে ভূমি পট্টনৰ দাবীত উত্তাল কৰে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্র৷ ইয়াৰ পিছতে পূব গুৱাহাটীৰ ভূমি সংস্কাৰ সমিতিয়ে ভূমি পট্টনৰ দাবীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ এখন ৪ দফীয়া দাবী সম্বলিত স্মাৰকপত্র প্রেৰণ কৰে৷ প্রতিবাদস্থলীত মুখ্যমন্ত্রীৰ হৈ স্মাৰকপত্রখন গ্রহণ কৰে গুৱাহাটী ৰাজহ চক্র বিষয়া দামোদৰ বর্মনে৷ গতিকে অতি শীঘ্রে বিজুলী যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *