যুৱতীতকৈ যুৱকেহে কৰে অধিক অনলাইন শ্বপিং

যুৱতীসকলতকৈ যুৱকসকলে অকি অনলাইন শ্বপিং কৰে৷  এই দাবী মিণ্ড্রা আৰু জাবঙৰ মুখ্য কার্যবাহী বিষয়া  চি ই অ অনন্ত নাৰায়ণনৰ৷ এটা ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ অনুষ্ঠানত অংশ লৈ তেও কয় যে ৫৫ শতাংশ যুৱকে অনলাইন শ্বপিং কৰে৷ এয়া যুৱতীতকৈ অকি, অর্থাৎ ৪৫ শতাংশ যুৱতীয়েহে ই–কমার্চৰ সুবিধা গ্রহণ কৰি বজাৰ কৰে৷ তেও এই কথাও সদৰি কৰে যে নগৰ–চহৰৰ দৰে আজিকালি গ্রামাঞ্চলৰ লোকো ফেশ্বনৰ প্রতি আকৃষ্ট৷ গ্রামাঞ্চলৰ দৰে একেই ফেশ্বনেবল সাজপাৰ পছন্দ কৰে৷ তদুপৰি ভাৰতৰ পৰম্পৰাগত সাজৰ বিক্রীও ক্রমাগতভাৱে বািিবলৈ লোৱা বুলি কয় তেওঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *