ৰঙিয়াত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত উচেছদ অভিযান

ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ আহবানমর্মে অলপতে ৰঙিয়া মহকুমা প্রশাসনে ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ সমীপৰ ৰঙিয়া হাইৱে চকত উচেছদ অভিযান চলায়৷

Read more

এটা স্থায়ী ঠিকনা পাব মাদাৰ বৃদ্ধাৱাসে

দীর্ঘদিনীয়া বাদ–প্রতিবাদৰ অন্তত নিজৰ স্থায়ী ঠিকনাৰ দিশে অগ্রসৰ হোৱাৰ পথত মাদাৰ বৃদ্ধাৱাস৷ বিগত ২০১২ বর্ষৰ ২১ জুনত এগৰাকী জ্যেষ্ঠ আবাসীক

Read more

কৃষকান্ত সন্দিকৈ মুক্তি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্রেণীৰ স্বীকৃতি বাতিল আষ্চর্যজনক ঃ ছাত্র মুক্তি সংগ্রাম সমিতি কর্তৃপক্ষৰ হেমাহিৰ বাবেই এই ঘটনা

ৰাজ্যৰ একমাত্র মুক্ত বিশ্ববিদ্যালয়ে কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ১৩ টাকৈ স্নাতকোত্তৰ শ্রেণীৰ পাঠ্যক্রম ইউ জি চি ৰ  দ্বাৰা

Read more

বাংলাদেশৰ গাজীপুৰ জিলাৰ আবু হানিফ, সিৰাজুল, লোকমান আৰু ৰফিকুল সৰুপেটাত আহিল কেনেকৈ ? মাতৃ-পুত্রসহ বাংলাদেশীৰ নাম অসমৰ ভোটাৰ তালিকাত

বিশেষ প্রতিবেদন:  এন আৰ চিক লৈ ৰাজ্যৰ ভিন্ন প্রান্তত তীব্র ক্ষোভ–সন্তুষ্টিয়ে বিৰাজ কৰি থকা সময়তে এটা বাংলাদেশী পৰিয়ালৰ চাৰিগৰাকী সদস্য

Read more

ৰাজ্যিক ভিত্তিত ৫৭ সংখ্যক শিক্ষক দিৱস উদ্যাপন

অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক পর্যায়ত ৫৭ সংখ্যক শিক্ষক দিৱস  অহা ৫ ছেপ্তেম্বৰ তাৰিখে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক

Read more

অহা ২৪ ছেপ্ঢেম্বৰত অসম বিধানসভাৰ অধিবেশন

অসমৰ ৰাজ্যপালে অহা ২৪ ছেপ্ঢেম্বৰ, ২০১৮ তাৰিখে পুৱা ৯ঙ্ম বজাত অসম বিধানসভাৰ এখন অধিবেশনৰ আহ্বান জনাইছে৷ অসম বিধানসভা সচিবালয়ৰ দ্বাৰা

Read more

১৯৯৩ বর্ষৰ এচিএছ বিষয়াসকলৰ ২৫ বছৰ পূর্তি উপলক্ষে বৃক্ষৰোপণ

১৯৯৩ বর্ষৰ অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ ২৫ বছৰ সম্পূর্ণ হোৱা উপলক্ষে যোৱা ১ চেপ্তেম্বৰ তাৰিখে প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদত এলানি

Read more

শিক্ষক আব্দুল ৰচিদলৈ জিলা কৃতী শিক্ষকৰ বঁটা

মৰিগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তর্গত মাজৰবডী প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মঃ আব্দুল ৰচিদক মৰিগাঁও জিলা প্রশাসন আৰু মৰিগাঁও বিদ্যালয়সমূহৰ

Read more

১৫ টা স্বর্ণ, ২৪ টা ৰূপ, ৩০ টা ব্রঞ্জৰ পদকেৰে ৪৫ খন ৰাষ্ট্রৰ মাজত অষ্টম স্থান এছিয়াডত ভাৰতৰ সর্বকালৰ শ্রেষ্ঠ প্রদর্শন

কেইবাটাও অভিলেখ সৃষ্টিকাৰি প্রদর্শনেৰে ভাৰতে সামৰিলে এছিয়ান গেমছৰ অভিযান৷ প্রায় দুসপ্তাহ ধৰি হোৱা বিশ্বৰ দ্বিতীয় সর্ববৃহত ক্রীডা প্রতিযোগিতাত ভাৰতে বিভিন্ন

Read more