বাংলাদেশৰ গাজীপুৰ জিলাৰ আবু হানিফ, সিৰাজুল, লোকমান আৰু ৰফিকুল সৰুপেটাত আহিল কেনেকৈ ? মাতৃ-পুত্রসহ বাংলাদেশীৰ নাম অসমৰ ভোটাৰ তালিকাত

বিশেষ প্রতিবেদন:  এন আৰ চিক লৈ ৰাজ্যৰ ভিন্ন প্রান্তত তীব্র ক্ষোভ–সন্তুষ্টিয়ে বিৰাজ কৰি থকা সময়তে এটা বাংলাদেশী পৰিয়ালৰ চাৰিগৰাকী সদস্য

Read more

অহা ২৪ ছেপ্ঢেম্বৰত অসম বিধানসভাৰ অধিবেশন

অসমৰ ৰাজ্যপালে অহা ২৪ ছেপ্ঢেম্বৰ, ২০১৮ তাৰিখে পুৱা ৯ঙ্ম বজাত অসম বিধানসভাৰ এখন অধিবেশনৰ আহ্বান জনাইছে৷ অসম বিধানসভা সচিবালয়ৰ দ্বাৰা

Read more

প্রফুল্ল মহন্তক সাক্ষাত ভানুৰ, ৰাজনৈতিক মহলত ব্যাপক চর্চা

শীঘ্রে সক্রিয় ৰাজনীতিত যোগদান কৰিব নেকি ৰাজ্যৰ প্রাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ৰাজ্য প্রশাসনৰ প্রাক্তন শীর্ষ

Read more

গোৱালপাৰাত চাঞ্চল্য ৰাভা জনগোষ্ঠীয় লোকৰ ঠাইত এন আৰ চিত মুছলিম পৰিয়ালৰ নাম

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কাম–কাজ চলিছে যদিও এই কামত নিয়োজিত একাংশ বিষয়া–কর্মচাৰীৰ ভুলৰ বাবে সম্পূর্ণ খচৰাত বিভিন্ন বিসংগতি

Read more